-
- Kapil
- Latest Answer: 4 months ago
- In: Arts & Humanities
আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত? দুটা যুক্তি আগবঢ়োৱা।
Oops! Please Sign In
-
1 Answers
-
- Answered By Nikita Chetry
- Answer: 4 months ago
(ক) ৰাজনৈতিক তত্ব অধ্যয়ন কৰি দায়িত্বশীল নাগৰিক নির্মাণ কৰিব পাৰি।(খ) সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নির্ণয় কৰিব পাৰি।